Assam History For Daily Quiz https://t.me/+s7LkEfLf4A4wOTll https://t.me/pursuitofknowledges ১) প্রশ্ন : অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তি গৰাকী কোন? উত্তৰ : ভাস্কৰ বৰ্মন। ২) প্রশ্ন : অসমৰ প্রথম ব্রিটিছ চীফ কমিছনাৰ কোন আছিল? উত্তৰ : কৰ্ণেল কীটিং। ৩) প্রশ্ন : ‘অাভ্যন্তৰীণ সীমা আইন’ কেতিয়া কার্যকৰী কৰা হয়? উত্তৰ : ১৮৭৩ চনত। ৪) প্রশ্ন : প্রাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল? উত্তৰ : ৰাজকুমাৰী অমৃত প্রভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল। ৫) প্রশ্ন : ব্রহ্মপুত্র নদীক তিনিটা নদীৰ সংগমস্থলী’ বুলি কোৱা হয়? উত্তৰ : দিহিং, দিবং আৰু লােহিত নদী। ৬) প্রশ্ন : আহােম আৰু মােগলৰ মাজৰ শেষ যুদ্ধ খন কোন চনত আৰু ক’ত অনুষ্ঠিত হৈছিল? উত্তৰ : ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত। ৭) প্রশ্ন : গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল? উত্তৰ : ১৯৪৮ চনত। ৮) প্রশ্ন : ইংৰাজে ভাৰতত প্রতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ...